Official Video
Dhikkar Ei Jibon Lyrics
টিক টক টিক টক
বাজিছে ঘড়ী
নিষ্টুৰ সময়ৰ কিমান যে দাবি
টিক টক টিক টক
বাজিছে ঘড়ী
নিষ্টুৰ সময়ৰ কিমান যে দাবি
মন যায় কিবা
কৰি আছু কিবা
মন যায় কিবা
কৰি আছু কিবা
গুন্ধা গোন্ধৰ পাৰফিউম মাৰি...
ধেৎ চাল্লা
ধিক্কাৰ এই জীৱন
ধেৎ চাল্লা
ধিক্কাৰ এই জীৱন
ঠেলা-হেচাঁ ব্য়স্ততা
এমবিশ্বন হায়
দৌৰিছো দিনে-ৰাতি
টুপনি নাই
ঠেলা-হেচাঁ ব্য়স্ততা
এমবিশ্বন হায়
দৌৰিছো দিনে-ৰাতি
টুপনি নাই
বিজ্ঞাপনৰ ৰঙীন চহৰ
মাণি বেগ আছে
পিছে মাণি হে নাই...
ধেৎ ধেৎ ধেৎ ধেৎ চাল্লা
ধিক্কাৰ এই জীৱন
ধেৎ চাল্লা
ধিক্কাৰ এই জীৱন
মদ খাই বমি কৰো
ফাষ্ট্ৰেশ্বন
হলচেল নেটত ডিপ্ৰেশ্বন
ব্ৰেনডেট চাৰ্ট ফুটা গেজ্ঞি
ব্ৰেনডেট চাৰ্ট ফুটা গেজ্ঞি
ডেকা দাৰ দোকানত
বাঢ়ি যায় বাকী...
ধেৎ চাল্লা
ধিক্কাৰ এই জীৱন
ধেৎ চাল্লা
ধিক্কাৰ এই জীৱন
এক্সাম হলত লিখিছিলো কি
এম ইন লাইভ
পাহৰিলো আজি
এক্সাম হলত লিখিছিলো কি
এম ইন লাইভ বেলেগ আজি
অফিচৰ কাম আৰু ট্ৰেফিক জাম
অফিচৰ কাম আৰু ট্ৰেফিক জাম
নিজৰ বাবে দেখো সময় নাই
ধেৎ ধেৎ ধেৎ ধেৎ চাল্লা
ধিক্কাৰ এই জীৱন
ধেৎ চাল্লা
ধিক্কাৰ এই জীৱন ।।
- - - - - - - - - - - - - - -
Song Credits:
Film: Goru
Song: Dhikkar Ei Jibon
Singer: Angarag Papon Mahanta
Music: Palash Surya Gogoi
Lyrics & Tune: Himanshu Prasad Das
Mix & Mastered by Pinku Das
Post a Comment