Official video
Moromdoi Lyrics
মৰম দৈ মৰম দৈ
কিমান মৰম মোলৈ
মৰম দৈ মৰম দৈ
কোৱা না সচাকৈ
মৰম দৈ মৰম দৈ
চকুতে চকু থৈ
মৰম দৈ মৰম দৈ
কোৱা না সচাকৈ
ফুল হৈ ফুলিছা
মোৰে কলিজাতে ঐ
বলিয়া হমে মই সচাকৈ
মৰম দৈ
বলিয়া হমে মই সচাকৈ
যৌৱন দৈ যৌৱন দৈ
কিমান মৰম মোলৈ
যৌৱন দৈ যৌৱন দৈ
কোৱা না সচাকৈ
যৌৱন দৈ যৌৱন দৈ
চকুতে চকু থৈ
যৌৱন দৈ যৌৱন দৈ
কোৱা না সচাকৈ
ফুল হৈ ফুলিছা
মোৰে কলিজাতে ঐ
বলিয়া হমে মই সচাকৈ
যৌৱন দৈ
বলিয়া হমে মই সচাকৈ
~ ~ ~ Music ~ ~ ~
সৰুতে ৰাজা ৰাণী
দিঠক হব কিজানি
মৰম বাঢ়িছে এনেকৈ
মনতে খেলিমেলি
দিনতে তৰা লেখি
দেখো সপোন তোমাৰে ঐ
জানো তুমি মোৰ মই তোমাৰ
বহু জনমৰ ঐ
সাবতি ৰাখিলে বুকুৰে মাজত
মৰম দৈ মৰম দৈ
কিমান মৰম মোলৈ
মৰম দৈ মৰম দৈ
কোৱা না সচাকৈ
~ ~ ~ Music ~ ~ ~
যোৰেকৈ লম সাবতি
মৰমেৰে নিশাটি
কাষতে তোমাকে পালে ঐ
লোৱাহি আপোন কৰি
আৰু পলম নকৰি
মৰম বাঢ়িছে তোমালৈ
জানো তুমি মোৰ মই তোমাৰ
বহু জনমৰ ঐ
সাবতি ৰাখিলে বুকুৰে মাজত
মৰম দৈ মৰম দৈ
কিমান মৰম মোলৈ
মৰম দৈ মৰম দৈ
কোৱা না সচাকৈ
যৌৱন দৈ যৌৱন দৈ
কিমান মৰম মোলৈ
যৌৱন দৈ যৌৱন দৈ
কোৱা না সচাকৈ
মোৰে কলিজাতে ঐ
বলিয়া হমে মই সচাকৈ
যৌৱন দৈ
বলিয়া হমে মই সচাকৈ ।।
Song Credits :
Song: Moromdoi
Singer: Rakesh Reyaan and Tulika Kalita
Lyricist: Chandan Kakati
Composition and Music arrangement: Shekhar Jyoti Goswami
Studio: Sound Factor
Post a Comment