Aane Juwa Bate Lyrics
আনে যোৱা বাটে
নোযোৱা ছোৱালী জনী
পোৱানে চিনী, পোৱানে চিনী। (২)
নৈৰ পাৰৰ এচতা শিলত বহি
পানীৰ কুভা চাই...
সোন বৰণীয়া
চুলি তাৰি মেলি
তাই যানো কি পায়। (২)
বুকুত বিচাৰে কাণ পাতি তাই
সুৰৰ গুন গুননি
আনে যোৱা বাটে
নোযোৱা ছোৱালী জনী
পোৱানে চিনী, পোৱানে চিনী। (২)
দিঙা বাই বাই নাওৰীয়া
আহে যায়
তাইলৈ কেৰাহিকৈ চাই
তাইৰ কাষলৈ যাওকি নাযাওকৈ
নাওখন নিয়ে চপায়। (২)
পাৰলৈ কেনেকৈ উঠিব সিহঁত
নৈৰ দেও লগা পানী
আনে যোৱা বাটে
নোযোৱা ছোৱালী জনী
পোৱানে চিনী, পোৱানে চিনী।।
Song Credits:
Song: Aane Juwa Bate
Album: Borokhun
Singer: Zubeen Garg
Lyrics: Keshhab Mahanta
Tune: Zubeen Garg
Label: N.K. Production
Post a Comment