Aao Na is a romantic Assamese song by popular Assamese singer Vreegu Kashyap.
Aao Na Lyrics in Assamese
মোৰ মৰমৰ গাৰ্লফ্ৰেন্ড জনী
যদি হৈ গলা তুমি
আনি দিলো হেতেন জানা
ফ্ৰক চলা আৰু শাৰী। (২)
তোমালৈ মৰমৰ বিল্ডিঙ বনাইছো
চালেই চাব পাৰা বুকুৰে ঐ মাজতে
মৰমৰ ভাষাতে চকুথৈ চকুতে
যদি হৈ গলা তুমি
এবাৰ ভুলতে
আ ও না পাচমে বেথ না
মৰমৰে চুমা লোৱা
লাজৰে উৰণী খুলি
কিমান আৰু ৱেটিংত ৰাখিবা
লাগিছে মোৰো যে ব'ৰ
কলিজাৰে ফুল পেকেজ মৰম
নকৰিবা ৰিজেকশ্বন। (২)
ঐ ৰাম ৰাম কৃষ্ণ ৰাম
কলি যুগত লোৱা নাম
জীৱনৰ লগৰি বিচাৰি পোৱা হ'ল তান।
তোমালৈ মৰমৰ বিল্ডিঙ বনাইছো
চালেই চাব পাৰা বুকুৰে ঐ মাজতে
মৰমৰ ভাষাতে চকুথৈ চকুতে
যদি হৈ গলা তুমি
এবাৰ ভুলতে
আ ও না পাচমে বেথ না
মৰমৰে চুমা লোৱা
লাজৰে উৰণী খুলি
আমাৰ প্ৰেমৰ মাজত
নানিবা বেলেগক, নাৰাখিবা কন্দিশ্বন
আই-পিতাই ৰেদি, দাদাৰো চাকৰি
নাই মোৰ কোনো টেনচন। (২)
কৃষ্ণ ৰাম ভগৱান
ভুতৰ মুখত ৰাম নাম
বাপেৰে নিদিলে পলুৱাই লৈ গুচি যাম।
চালেই চাব পাৰা বুকুৰে ঐ মাজতে
মৰমৰ ভাষাতে চকুথৈ চকুতে
যদি হৈ গলা তুমি
এবাৰ ভুলতে
আ ও না পাচমে বেথ না
মৰমৰে চুমা লোৱা
লাজৰে উৰণী খুলি।।
Post a Comment