Official video
Alokhuwa Lyrics
আলসুৱা তোমাৰ ভাৱনাতে
মিলিনো চাওঁ, দিয়ানা এবাৰলে
অ... মৰো মৰো তোমাৰ মৰমতে
অ' ডুবি ডুবি সপোন ভাগৰতে
যাযাবৰী মন আকাশৰ
তুমি তৰা বেলি জোন
তুমি ললেহে লোৱা খবৰ
আৰু মোৰ আছে নো কোন
কিনো কৰো তোমাৰ কাষৰতে
হাৰ মানে হেজাৰ অভিমানে
চোৱা কে নো চাই থাকো
তোমাক মনৰে মাজত আঁকি। (২)
কোৱা কে নো কৈ
লাগে নো ভাল
তোমাৰে কথা ভাবি
হিয়া চুবুৰিলে মোৰ
কৰা অহা যোৱা অ' সোন
তুমি ললেহে লোৱা খবৰ
আৰু মোৰ আছে নো কোন
কিনো কৰো তোমাৰ কাষৰতে
হাৰ মানে হেজাৰ অভিমানে
Post a Comment