Autowala Moi (অটৱালা মই) is one of the most popular Assamese song sung by Vreegu Kashyap and Priyanka Bharali. The lyrics of the song written by Rekibul and music by Shekhar Goswami and the audio mixed by Diganta Bordoloi.
Official video
Song Credits:
Song: Autowala Moi
Singer: Vreegu Kashyap & Priyanka Bharali
Lyrics: Rekibul
Tune: Vreegu Kashyap
Music: Shekhar Goswami
Audio Mixed By Diganta Bordoloi
Autowala Moi Lyrics in Assamese
অটৱালা মই গান্ধীনগৰৰ এ গান্ধীনগৰৰ
অট চলাই মই খাওঁ, কচমচে
তুমি মাজনি জয়ানগৰৰ, হে জয়ানগৰৰ
তোমাকে বৰ ভালপাওঁ, কচমচে
নেহাঁহিবা মোৰে কথা শুনি
ভিকহু বুলিও তুমি নকবা
মনে মনে দেখো সপোন এটি
আছেনে তাৰ পৰিসিমা।
অটৱালা মই গান্ধীনগৰৰ এ গান্ধীনগৰৰ
অট চলাই মই খাওঁ
তুমি মাজনি জয়ানগৰৰ, হে জয়ানগৰৰ
তোমাকে বৰ ভালপাওঁ
নেথাকিলেও ধন, মোৰো আছে মন
হিয়া মোৰ কাৰোবাকে দি দিবলে
তোমাৰ নিচিনা হ'লে ধুনিয়া
মন যায় প্ৰেমতে পাগল হবলে
মোৰ নাই অটাল্লিকা
নাই মোৰ দামী গাড়ী
দিবও নোৱাৰো মই বেনাৰচী গাড়ী
তথাপি সপোনত আশা হয় মোৰ লগৰি
অটৱালা মই গান্ধীনগৰৰ এ গান্ধীনগৰৰ
অট চলাই মই খাওঁ
তুমি মাজনি জয়ানগৰৰ, হে জয়ানগৰৰ
তোমাকে বৰ ভালপাওঁ
হব পাৰো মই অটৱালা
মইয়ো জানা বি এ পাছ বহু দিনৰে
নোৱাৰো দিব ঐ দালালকে ধন
মইযে নহয় লৰা মহাজনৰে
তথাপি ৰচো সপোন
হ'বলে তোমাৰ আপোন
তোমাৰে কথা ভাবি
মন মোৰ ফাগুন ফাগুন
মৰমৰ জৰিৰে বান্ধিম আমাৰে বান্ধোন।
অটৱালা মোৰ তুমি মৰমৰ, তুমি মৰমৰ
আৰে আৰে মই চাও
ৰাতিয়ে দিনে তুমি সপোনত
এ তুমি সপোনত
মইয়ো তোমাক ভালপাওঁ
নালাগে মোক গাড়ী বেনাৰচী
নাথাকো মই ওখ অটাল্লিকাত
বুকু ভৰি মৰম আছে যদি
থাকিব পাৰিম ভঙাপজাত
অটৱালা মই গান্ধীনগৰৰ এ গান্ধীনগৰৰ
অট চলাই মই খাওঁ
অটৱালা মোৰ তুমি সপোনৰ
এ তুমি সপোনত
মইয়ো তোমাক ভালপাওঁ।।
Post a Comment