Official video
Song Credits:
Vocals, lyrics, composition: Tribujjal Prakash
Music arrangement: Pranab Krishnatreya and Sanjay Hazarika
Guitars: Bhaskar Saikia
Flute: Pranjal Borah
Sarangi: Debasish Halder
Bass guitar: Bulbul Das
Drums programming: Ambar Das
Keys: Himangshu Dihingia and Pritam Boro
Mixing and mastering: Sumit Baruah
Botahe Lyrics in Assamese
বতাহে দিছেহি সানি
তোমাৰ এই মিঠা হাঁহি
বতাহে দিছেহি সানি
তোমাৰ এই মিঠা হাঁহি
নকবা নকবা কথা
নকবা নকবা কথা
হিয়াতে আছে বহু ব্য়থা
হিয়াতে আছে বহু ব্য়থা
বতাহে দিছেহি সানি
তোমাৰ এই মিঠা হাঁহি।
বৃষ্টিৰ সূৰ ঢালি
কৰিলা জাতিস্কাৰ
মেৰ্দিনীৰ হাঁহি গঢ়ি
মুহিলা হিয়াৰ তাঁৰ।
বৃষ্টিৰ সূৰ ঢালি
কৰিলা জাতিস্কাৰ
মেৰ্দিনীৰ হাঁহি গঢ়ি
মুহিলা হিয়াৰ তাঁৰ।
সেউজ ধৰণীত তুমি
মেলিলা চুলিটাৰি
সেউজ ধৰণীত তুমি
মেলিলা চুলিটাৰি
মোৰ হৃদয়ৰ পাখি
যায় যেন উৰি মাৰি
নকবা নকবা কথা
নকবা নকবা কথা
হিয়াতে আছে বহু ব্য়থা
হিয়াতে আছে বহু ব্য়থা।।
Post a Comment