Official video
Song Credits:
Song: Jonome Jonome
Singer : Nilav Nita ft Joy Nirvan
Lyrics/Tune: Chinmoy Kaushik & Joy Nirvan
Music/Mix: Pronoy Dutta
Master:Diganta Bordoloi
Backing Vocal: Pranoy dutta
Jonome Jonome Lyrics in Assamese
ৰ' লাগি ৰৈ ৰৈ চাম
তই মানা কৰিলেও
মৰমতে চুমাটি দিম
তই ৰঙা চিঙা পৰিলেও
খঙত হলেও হাঁহি দে
তোলৈ চাই সুখী হম
মই অভিমানী হলেও
অভিমানী নহব কম
জনমে জনমে মৰম দি উমলাম
মই তোৰ অভিমানক
জানিলেও জগতে জানত
তোক লাগে মোক নালাকে আনক
প্ৰতিটো পুৱা আবেলি
তোক লাগে কম ভগৱানক
তোৰ লগতে জীৱন জীয়াই লম
তোৰ লগতে মৰিও চাই হম
সাৰথি হৈ থাকিবি
দুচকুতে সজাই থম।
উকাকৈ কপালত
লিখি লম তোৰে নাম
বহুতৰে মাজতে
মই মাথোঁ তোলৈ চাম
শুদাকৈ হলেও
তোৰ হাতেৰে এমুঠি খাম
লগতে মই জীয়াই লৈ
লগতে মই মৰি যাম
জনমে জনমে মৰম দি উমলাম
মই তোৰ অভিমানক
জানিলেও জগতে জানত
তোক লাগে মোক নালাকে আনক
প্ৰতিটো পুৱা আবেলি
তোক লাগে কম ভগৱানক
তোৰ লগতে জীৱন জীয়াই লম
তোৰ লগতে মৰিও চাই হম
সাৰথি হৈ থাকিবি
দুচকুতে সজাই থম।।
Post a Comment