Official video
Song Credits:
Song - Kotha Eti Kau
Singer - Sahin Jia
Lyrics - Nekibul Islam
Tune & Music - Papu Boruah
Guitar- Apurba Gogoi
Flute & Mixed - Mastering - Pranjal Borah
Recorded at Rhythm Studio Mariani by Mandeep Majuli (Mariani)
Kotha Eti Kau Lyrics
কথা এটি কওঁ শুনিবা
মানি জানো তুমি নলবা
ভালে পাওঁ তোমাকে প্ৰাণ ভৰি
মৰমবোৰ দিম তোমাক উজাৰি। (২)
কথা এটি কওঁ শুনিবা।
জানিলেওঁ জানোক জগতে জানোক
বসন্তৰ বতৰাহ বলিছে বুলি
কৃষ্ণতা তোৰ শুকান মৰম
প্ৰেম জনাধাৰ ঢৌ তুলি। (২)
কথা এটি কওঁ শুনিবা
মানি জানো তুমি নলবা
ভালে পাওঁ তোমাকে প্ৰাণ ভৰি
মৰমবোৰ দিম তোমাক উজাৰি।
কথা এটি কওঁ শুনিবা।
তোমাৰ বুকুৰ স্পন্দন শুনো
প্ৰতিটো পল অনুপল
মোৰ ছায়াকে তোমাক ভাবো
প্ৰাপ্ত মনোবল। (২)
আকাশলৈ চাওঁ কেনে নিৰবিকায়
কিয় হৈ আছে
জোনটিয়েও হাঁহি হাঁহি আমাক
মৰম যাচে। (২)
কথা এটি কওঁ শুনিবা
মানি জানো তুমি নলবা
ভালে পাওঁ তোমাকে প্ৰাণ ভৰি
মৰমবোৰ দিম তোমাক উজাৰি।
কথা এটি কওঁ শুনিবা।।
Post a Comment