Official video
Nesau Tumak Ebaru Lyrics
নেচাও তোমাক এবাৰো
নেচা পকাহ এধানো
পাহৰি যাও মচি মচি থওঁ
তোমাক মনৰ পৰা মোৰ। (২)
ভাবিবলে ভয় জানো সচা হয়
এই ভাৱনা কলিজা কৰিয়া তোক
হ'ব পাৰে এনে কথা
জীৱনে মোক এৰে যদি
হ'ব পাৰে এনে কথা
মৰণে মোক চুৱে যদি
নেচাও তোমাক এবাৰো
নেচা পকাহ এধানো।
কি নো পৃথিৱী
নেজানো নিচিনো
তোমাতে মোৰ সকলো
দুফালে দুয়োকাষে
ধুনীয়া সেউজীয়া
তোমাৰ নামৰ সকলো
পৃথিৱী যদি কলা হয়
নৈ জান জুৰি ও শুকায়
পৃথিৱী যদি কলা হয়
নৈ জান জুৰি ও শুকায়
হ'ব পাৰে এনে কথা
মৰণে মোক চুৱে যদি
নেচাও তোমাক এবাৰো
নেচা পকাহ এধানো।
নেচাও তোমাক এবাৰো
নেচা পকাহ এধানো।
এটি কথা নকবা
শুনোতে হেৰাব
কথাৰ নদী হোৱানা
ক'বলে বা কি আছে
মনে মনে মনে মনে
নিজক সুধি চোৱানা
দুবাহু নোপোৱা জিৰাব
সাবতি লোৱানা হাহিবোৰ
হ'ব পাৰে এনে কথা
মৰণে মোক চুৱে যদি
নেচাও তোমাক এবাৰো
নেচা পকাহ এধানো।
নেচাও তোমাক এবাৰো
নেচা পকাহ এধানো।।
Song Credits:
Singer - Zubeen Garg & Gargi Dutta
Composition - Diganta Bharati
Music - Poran Borkatoky
Mixed & Mastered - Samuel Bora
Casting - Janti Raaj & Aparajita Laskar
Post a Comment