Official video
Renu Lyrics
জাগুন পৰা লিডু হৈ
মাৰ্ঘেৰিটা পাৰে হৈ
ভাদৈ পাঁচআলিতে
লগে পালোঁং তোক
তিপাম দেশৰ থানতে
চুকাফাৰে দেশতে
কলোং নো ঐ
মনৰ কথা তোক
কলি ছোৱালীৰে এ'
মইনা মিঠা মাত
এ' মইনা মিঠা মাত
বগী ছোৱালীয়ে
এ' মইনা বুকুত মাৰে
বজ্ৰপাত বুকুত
মাৰে বজ্ৰপাত
কলি ছোৱালীৰে
এ' মইনা মিঠা মাত
বগী ছোৱালীয়ে
এ' মইনা বুকুত
মাৰে বজ্ৰপাত
তোকেনো বগী দেখি এ'
ভয় লাগে নাচনী
তোকেনো বগী দেখি এ'
ভয় লাগে কিজানি
আনলৈ বা মেলিছ
এ' আনলৈ বা মেলিছ মন..
অ' ৰেণু বজাই বেণু
শ্ৰীকৃষ্ণ হ'ম
যদি তই মীৰা
মই শ্ৰীকৃষ্ণ
দূৰে দূৰেই ৰম। (২)
ৰাধা হবি নে ক ?
মীৰা হবি নে ক ?
ৰাধা হবি নে মীৰা হবি নে
এতিয়াই খুলি ক
এতিয়াই খুলি ক তই
চুণৰ দাম কমিলত এ' নবৌ
চাধা খাবলৈ শিকিলোঁং
চাধা খাবলৈ শিকিলোঁং
আৰু শিকিলোঁ ৰহি হাজ পানী
এ' সোণৰ দাম বাঢ়িলত এ' নবৌ
বিয়াৰ আশা মই এৰিলোং
বিয়াৰ আশা মই এৰিলোং
আৰু নকৰোঁং দেহা
মনৰ হানি হাই ও
মই হলোং দুখিয়া
মতা ম'হ ৰখিয়া
মই হলোং দুখিয়া
এ' গৰু গাড়ী ৰখিয়া
হাই ও মই হ'লে মই হ'লে
মই হ'লে মই হ'লে এজাতি
মই হ'লে এজাতি লা
জাগুন পৰা লিডু হৈ
মাৰ্ঘেৰিটা পাৰে হৈ
ভাদৈ পাঁচআলিতে
লগে পালোঁং তোক
তিপাম দেশৰ থানতে
চুকাফাৰে দেশতে
কলোনোং ঐ মনৰ কথা তোক ।।
Song Credits:
Song: Renu
Singer: Neel Akash,
Female Vocals: Dipsikha & Bhagyashree
Music: Rex Boro
Lyrics and Tune: Latumoni and Dulal
Mix and Mastering By Ibson Lal Baruah
Recorded @ studio RedAV By Pinku Das
Post a Comment