Official video
Tomar Kotha Lyrics
তোমাৰ কথা ভবিলে
জানা জোনাক উপচি পৰে
বুকুৰ সিপাৰে এহেজাৰ
গোলাপে ৰঙা ৰঙা কলিবোৰে
চায়া হৈ আহা এবাৰ কাষৰতে
দিঠকতে নেলাগে আহিবলে
সপোন আহা এবাৰ কাষৰলে । (২)
এটি টেলিফনে কাণে-কাণে
মোক কলে
তুমি মই একটি পুৱাৰে
সেই টেলিফনতে অৰে নিশা
মোক আহি জোকালে জৰুলা কৰিলে
চায়া হৈ আহা এবাৰ কাষৰতে
দিঠকতে নেলাগে আহিবলে
সপোন আহা এবাৰ কাষৰলে
বুকুৰ সিপাৰে এহেজাৰ
গোলাপে ৰঙা ৰঙা কলিবোৰে
সাজি কাঁচি জোনে
বুকুতে আহি মোক চুলে
আন্ধাৰত টুপনি ভাঙিলে
তৰা ফুলা ৰাতি
তোমাক বাচি বাচি থলে
তুমি নাই কতো নাই
চায়া হৈ আহা এবাৰ কাষৰতে
দিঠকতে নেলাগে আহিবলে
সপোন আহা এবাৰ কাষৰলে ।।
Audio credits:
Song: Tomar Kotha
Singer: Papon
Lyricist & Composer: Keshab Nayan
Music arranged by Manash Hazarika
Mix & Mastered at Lahar Digital by Manash Hazarika
Guitar: Dr. Mrinal Das
Flute: Gunin Sharmah
Tabla: Jadab Tamuli
Post a Comment