Official video
Song Credits:
Song: Toramaai
Singer: Rekib
Lyrics/Tune: Rekibul
Music/Mix /Master: Shekhar Goswami
Toramaai Lyrics in Assamese
কি কৰিলো কৰিলো
অ' তৰামাই
যি কৰিলো কৰিলো
ভূল কৰা নাই
কি কৰিলি কৰিলি
মোৰে চেনাই
যি কৰিলো কৰিলো
ভূল কৰা নাই
সৌ সিদিনা যেতিয়া তোক দেখিলো
তোৰ হিয়াৰে সাগৰত নাও মেলিলো
পদূলিতে দলিচা পাৰি থলো
তই আহিবি মই ৰৈ থাকিলো
কি কৰিলো কৰিলো
অ' তৰামাই
যি কৰিলো কৰিলো
ভূল কৰা নাই
নাযানো কি হল আজি-কালি
কামে কাযে মোৰ খেলি-মেলি
অ' নাযানো কি হল আজি-কালি
কামে কাযে মোৰ খেলি-মেলি
অঘৰী মনে ঠিকনা পালে
সপোন পৃথিৱীক সাবতিলে
অঘৰী মনে ঠিকনা পালে
সপোন পৃথিৱীক সাবতিলে
কি কৰিলো কৰিলো
অ' তৰামাই
যি কৰিলো কৰিলো
ভূল কৰা নাই
সপোন ৰদালি সোনৱালী
মনৰ বিচনাতে পৰে ঢলি
সপোন ৰদালি সোনৱালী
মনৰ বিচনাতে পৰে ঢলি
হিয়াতে হিয়াখন শুৱাই দিলো
জনমে জনমে মই তোৰে হলো
কি কৰিলো কৰিলো
অ' তৰামাই
যি কৰিলো কৰিলো
ভূল কৰা নাই
কি কৰিলি কৰিলি
মোৰে চেনাই
যি কৰিলো কৰিলো
ভূল কৰা নাই
সৌ সিদিনা যেতিয়া তোক দেখিলো
তোৰ হিয়াৰে সাগৰত নাও মেলিলো
পদূলিতে দলিচা পাৰি থলো
তই আহিবি মই ৰৈ থাকিলো
কি কৰিলো কৰিলো
অ' তৰামাই
যি কৰিলো কৰিলো
ভূল কৰা নাই।।
Post a Comment