50+ Happy Diwali Wishes in Assamese | Diwali 2023 Assamese Quotes | দীপাৱলীৰ শুভেচ্ছা বাণী

diwali-wishes

Happy Diwali Wishes in Assamese | Diwali 2023 Assamese Quotes: Diwali is a festival of lights and Diwali is also known as Deepavali. Diwali is one of the major festivals celebrated by Hindus, Jains, and Sikhs. The festival usually lasts five days and is celebrated during the Hindu lunisolar month Kartika. This year the festival of light "Diwali" starts on Sunday, 12 November. Wish your family, friends, and relatives in Assamese quotes and images. On our page, we have shared lots of Happy Diwali Wishes in Assamese.


দীপাৱলীৰ শুভেচ্ছা আন্তৰিকতাৰে জনালোঁ আৰু থলুৱা চাকিগছিৰ পোহৰে জীৱনৰ পৰা অপায় অমঙ্গল, দুখ দুৰ্গতি নাশ কৰি চিৰদিনৰ বাবে সুখৰ চাকিগছিৰে জীৱনতো সুন্দৰ কৰি তোলক তাৰেই কামনা কৰিলোঁ।

Happy Diwali Wishes in Assamese | Diwali 2023 Assamese Quotes

Happy Diwali Wishes in Assamese. Wishes your family, friends, and relatives "Happy Diwali 2023" in Assamese quotes and images.

1. পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জনালোঁ।

2. আলোকিত হওক প্ৰতি পল-প্ৰতি দণ্ড। শুভ দেৱালী

3. দেৱালীৰ চাকিৰ পোহৰৰ দৰে পোহৰ হৈ পৰক তোমাৰ জীৱন। তাৰে কামনাৰে সুপ্ৰভাত আৰু শুভ দেৱালী।।

4. দীপাৱলীৰ হিয়াভৰা শুভেচ্ছা জনালো । এই দিপাৱলী তোমাৰ বাবে হৈ পৰক ধন-ধানেৰে পৰিপূৰ্ণ, জীৱন হৈ পৰক সুখময়।

5. দীপাৱলীৰ পোহৰে তোমাৰ জীৱন যেন পোহৰাই তোলে তাৰেই কামনাৰে..... শুভ দীপাৱলী

6. সকলোলৈ দীপাৱলীৰ হিয়া ভৰা শুভেচ্ছা জনালো । দীপাৱলীৰ চাকিৰ পোহৰে যেন সকলোৰে জীৱনলৈ পোহৰ লৈ আহে তাৰে কামনাৰে ।

7. এই দিপাৱলী তোমাৰ বাবে হৈ পৰক ধন-ধানেৰে পৰিপূৰ্ণ, জীৱন হৈ পৰক সুখময়, তাৰেই কামনাৰে - শুভ দীপান্বিতা !

8. পোহৰৰ উৎসৱ দীপাৱলীৰ এই শুভক্ষণত মই সমূহ অসমবাসীলৈ জনাইছো মোৰ আন্তৰিক শুভ-কামনা । দীপাৱলীৰ আলোকে সকলোৰে বাবে কঢ়িয়াই আনক আশাৰ বতৰা ।

9. এই দিপাৱলীত মোৰ কামনা এইয়ে যে, প্ৰত্যেকটো কাৰ্য্যতে যেন তুমি লাভ কৰা সফলতা, সুখ তোমাৰ চাৰিওফালে বিয়পি পৰে আৰু মা' লম্ক্ষীৰ কৃপাই তোমাৰ জীৱন আৱৰি ধৰে - Happy Diwali !

10. সমূহ অসমবাসীলৈ দীপাৱলীৰ অলেখ সুভকামনা থাকিল। আপোনাৰ জীৱন দীপাৱলীৰ পোহৰেৰে ৰঙীণ হৈ পৰক অন্তৰৰ পৰা তাৰেই কামনা। Wish U all a happy & safe DIWALI !!

11. ক্ষণে ক্ষণে জাগি উঠে অনুভৱ, অনুভৱে জগায় তোলে বিশ্বাস, বিশ্বাসে তৈয়াৰ কৰে এক সম্বন্ধ, আৰু সেই সম্বন্ধই জীৱনলৈ আনি দিয়ে কোনোবা আপোন - Happy Diwali !

12. দিপাৱলী আহিল, মাটিৰ প্ৰদীপ, মিঠাতেল, কলগছ, ফটকা, ফুলজাৰি, মিঠাই, পৰমান্ন, ইত্যাদিৰ সমাহাৰ ঘটিল, লগ-সমনীয়া, মিতিৰ-কুটুম্ব, পাহৰি সকলো ক্লেশ, একেলগে সবে এই উৎসৱত মিলিল - দিপাৱলীৰ হিয়াভঁৰা শুভকামনা !

13. টিমটিমাই থকা প্ৰদীপৰ পৰা প্ৰস্ফুটিত আভাই এই দিপাৱলীত আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ কঢ়িয়াই আনক সুস্বাস্হ্য, ভাগ্য আৰু সমৃদ্ধি - শুভ দিপাৱলী !

14. এই দিপাৱলী তোমাৰ বাবে হৈ পৰক ধন-ধানেৰে পৰিপূৰ্ণ, জীৱন হৈ পৰক সুখময়, তাৰেই কামনাৰে - শুভ দীপান্বিতা !

15. দীপাৱলীৰ হিয়াভৰা শুভেচ্ছা জনালো । এই দিপাৱলী তোমাৰ বাবে হৈ পৰক ধন-ধানেৰে পৰিপূৰ্ণ, জীৱন হৈ পৰক সুখময়।

16. সুখ-সম্পদ যেন তোমাৰ জীৱনলৈ আহে, মা' লম্ক্ষীৰ তোমাৰ ঘৰলৈ আগমন ঘটে, সুখ সদায় লগত থাকে, আৰু দুখ যেন আঁতৰি দূৰলৈ গুছি যায়, তাৰেই কামনাৰে - দীপান্বিতাৰ শুভেচ্ছা যাঁচিলো !

17. সকলোলৈকে পোহৰৰ উৎসৱ দীপান্বিতাৰ শুভেচ্ছা যাঁচিলো। অমাৱস্যাৰ অন্ধকাৰ আঁতৰাই দীপান্বিতাৰ বন্তিয়ে চৌদিশ পোহৰাই তুলক তাৰেই কামনাৰে... Happy Diwali !!

18. মৰম, স্নেহ আৰু সুখৰ বৰষা, বল, বুদ্ধি আৰু শিক্ষাৰ বৃদ্ধি, এই দিপাৱলীয়ে আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ এই সকলোবোৰ কঢ়িয়াই লৈ আঁহক তাৰেই কামনাৰে - শুভ দীপান্বিতা !

19. আমি আকাশত আতচবাজী জ্বলাই আমাৰ মনৰ সুখ আৰু আনন্দ প্ৰকাশ কৰোঁ, আহক এইবাৰ দিপাৱলীত আমি সকলোৱে হিংসা, ক্লেশ, বিদ্বেষক জ্বলাই জীৱন উজ্জ্বলাই তোলো আৰু উন্নতিৰ শিখৰত আৰোহন কৰোঁ - শুভ দীপান্বিতা !

20. ভগবান শ্রীৰামৰ আশীৰ্বাদে তোমাৰ জীৱনত যেন সুখ চটিয়ায়, দুখ'ক নাশ কৰে, প্ৰেম'ৰ ফুলজাৰিয়ে জীৱন আলোকময় কৰি তোলে, বন্তিগচিৰ উজ্জ্বল পোহৰে তোমাৰ জীৱন আনন্দময় কৰি তোলে - দিপাৱলীৰ শুভকামনা যাঁচিলো !

21. দিপাৱলী'ৰ এই শুভ বেলাত মনৰ অন্ধকাৰ ঢাকি জীৱন মিঠা কৰি তোলো, প্ৰদীপ আৰু ফটকা জ্বলাই দীপান্বিতা উৎসৱ পালন কৰোঁ - শুভ দিপাৱলী !

22. সমূহ অসমবাসীলৈ দীপাৱলীৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো ।দীপাৱলীৰ এই পৱিত্ৰ উপলক্ষ্যই জাতি - ধম্ - বণ- সম্পদাই নিবিশেষে ৰাইজৰ মাজত শান্তি,সম্প্ৰীতি আৰু ভাতৃত্বৰ বন্ধন অধিক সুদূঢ কৰিব বুলি আশা কৰিলো ।আকাশবন্তিৰ পোহৰে অসমবাসী ৰাইজলৈ উন্নতি আৰু সমৃদ্ধিৰ জেউতি কঢ়িয়াই আনিব বুলি আশা কৰিলো ।

23. শুভ দেৱালী , পোহৰৰ উৎসৱ দেৱালীয়ে সকলোৰে মনৰ আশাবোৰ পূৰণ কামনা কৰিলোঁ।

24. দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালো সকলোলৈ ...

25. আটাইলৈ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ ...

26. দীপাৱলীৰ হিয়াভৰা শুভেচ্ছা থাকিল |

27. পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো । 

28. আগন্তুক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলো ৷ সকলোৱে সুখ, শান্তি, সমৃদ্ধিৰ লগতে ভালদৰে দীপাৱলী পালন কৰে যেন ৷ ধন্যবাদেৰে . Happy Diwali..

29. দীপাৱলীৰ আন্তৰিক প্রীতি আৰু শুভেচ্ছা সকলোলৈ । সকলো অন্ধকাৰ দূৰ হয় পোহৰৰ মহিমাৰে মহিমান্বিত হওঁক সকলোৰে জীৱন এই কামনাৰে....... ।

30. সকলোকে দীপাৱলীৰ শুভেচ্ছা যাচিলো.. l তুমালোকৰ জীৱনটো ও পোহৰৰ অনাবিল আনন্দৰে ভৰি পৰক তাৰেই কামনা কৰিলো ll ......

31. সকলোলৈ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো । সকলোৰে জীৱন উজ্জল হওঁক।

32. মা কালীৰ পূজা আৰু দীপাৱলীৰ শুভেচ্ছা জনাই, সকলোকে সুপ্রভাত জনালোঁ ।

33. মোৰ সমূহ বন্ধু বান্ধৱীলৈ আগন্তক পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা যাচিলোঁ

34. সকলো বন্ধু-বান্ধৱীলৈ পোহৰৰ উৎ‍সৱ দীপাৱলীৰ হিয়া ভৰা শুভেচ্ছা যাচিলো । দীপাৱলীৰ আলোকে সকলোৰে বাবে কঢ়িয়াই আনক আশাৰ বতৰা ...

35. সকলোকে দীপাৱলীৰ শুভেচ্ছা যাচিলোঁ। পোহৰৰ উৎসৱ দীপাৱলী কিমান ফুৰ্তি কৰে কৰক কিন্তু নিৰীহ জীৱ জন্তুৰ গাত ফোঁটকা আদি নুফুটাব সিহঁতৰ ও এটা পৰিয়াল আছে সিহঁতৰ ও গা তেজ মঙহৰে হয় সিহঁত ও কষ্ট পায় দুখ পায় । ধন্যবাদ

36. দীপাৱলীৰ শুভেচ্ছা আন্তৰিকতাৰে জনালোঁ আৰু থলুৱা চাকিগছিৰ পোহৰে জীৱনৰ পৰা অপায় অমঙ্গল, দুখ দুৰ্গতি নাশ কৰি চিৰদিনৰ বাবে সুখৰ চাকিগছিৰে জীৱনতো সুন্দৰ কৰি তোলক তাৰেই কামনা কৰিলোঁ।

37. দীপাৱলীৰ চাকিৰ পোহৰে সকলোৰে মনৰ আন্ধাৰ আতৰাই জীৱনটো  পোহৰ  মই কৰক তাৰে কামনাৰে সকলো বন্ধু বান্ধৱীলৈ দীপাৱলীৰ শুভেচ্ছা জনালো।

38. সমূহ অসমবাসীলৈ দিপাম্বিতাৰ বহুতো শুভেচ্ছা যাছিলো।

39. সকলোলৈকে পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জনালোঁ। দীপাৱলীৰ চাকিৰ পোহৰে আন্ধাৰ নাশি আলোকিত কৰাৰ দৰে আমাৰ মনৰ আন্ধাৰবোৰো আতৰাই যেন জ্ঞানেৰে উজলাই তোলে তাৰেই কামনা কৰিলোঁ ।

40. দীপাৱলীৰ হিয়াভৰা শুভেচ্ছা জনালো । এই দিপাৱলী তোমাৰ বাবে হৈ পৰক ধন-ধানেৰে পৰিপূৰ্ণ, জীৱন হৈ পৰক সুখময়।

Happy Diwali 2022: This time wishes your family and friends an attractive punch line of quotes in the Assamese language.

Wish you all Happy Diwali 2023

Happy Diwali 2023 Assamese Quotes Images

Happy Diwali 2023 Assamese Quotes images share with your family and friends with attractive punch line quotes in the Assamese language.

diwali-wishes-in-assamese

diwali-wishes-in-assamese

diwali-wishes-in-assamese

diwali-wishes-in-assamese

diwali-wishes-in-assamese

diwali-wishes-in-assamese
(Happy Diwali Assamese Quotes images)

Happy Diwali 2023 Assamese Quotes

Celebrate this year's festival of light "Happy Diwali 2023" on Sunday, 12 November. Wish your family, friends, and relatives in Assamese quotes and images. 

Thanks for visiting our Blog. We hope you like our "Happy Diwali Wishes in Assamese " blog post. Please share your thoughts with us in the comment section below.

0/Post a comment/Comments