বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিস্কাৰ কৰি ল'ব লাগে কিয়?

Question: বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিস্কাৰ কৰি ল'ব লাগে কিয়?

Answer: মেগনেছিয়ামৰ ফিটা এডাল বায়ুত দহন কৰিলে মেগনেছিয়াম অক্সাইড উপন্ন হয়। কিন্তু অপৰিস্কাৰ অৱস্থাত দহন কৰিলে কাৰ্বন-ডাই-অক্সাইড উপন্ন হয়। সেই কাৰণে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিস্কাৰ কৰি ল'ব লাগে।

-------

| Read More: Class 10 Science Chapter 1 Solution in Assamese

Description: SEBA Solutions, NCERT Solutions in Assamese, Class 10 Science, Class 10 Solution in Assamese, Assamese Medium, Class 10 Science Chapter 1.

0/Post a comment/Comments